এই K-shaped কথা মই কিতাপত পঢ়িছো—ধনীৰ গাড়ী বাঢ়িছে, আমাৰ দৰে মানুহৰ চাইকেলটোৰ টায়াৰ সলোৱাও টান। মোৰ ফালৰে বজাৰত, নতুন ৱেৰাহাউচ্ মাথো বিল্ডাৰসকলৰ বাবে, আমি ল’ৰা-ছোৱালীক লৈ এখন সৰু ফ্লেটৰ ভাড়া জুৰাবলৈ হাহাকাৰ কৰো। মোৰ নিজৰ বাঁহৰ কাৰখানাখন চাবলৈ অহা ল’ৰা এটাই কৈছিল, তেওঁৰ নতুন চাকৰিৰ পৰা প্রথম পগাৰটোৱে মেট্ৰো টিকট কিনিবলৈকো পৰাপক্ষত নালাগে।
#athletics#track-and-field
Jump in to reply — no account needed.