Addaly is in open beta. Things will change, and AI answers can be wrong — check anything that matters.

ফ্রিল্যান্সার ও আইটির ঘর

Thread

Jul 28, 4:54 PM

যেতিয়া কিবা লিখা নাথাকে, সৱতে সমানে ভাগে লাভ-লুচি। কিন্তু আমাৰ কোম্পানীটোত অলপ বেলেগ হ'ব—যিজনে যিমান কষ্ট কৰিব, তেওঁ সিমান পাব। কাৰণ মই আৰু মোৰ সতীৰ্থহঁতৰ মাজত বিশ্বাৰৰ বান্ধোনটোৱেই হ'ব আমাৰ চুক্তিপত্ৰ। মোৰ দেউতাই তেখেতৰ চাহ বাগিচাৰ কামৰ লগৰীয়া সকলেৰে সৈতে এনেকৈয়ে চলাইছিল, আৰু সি সদায় ঠিক হৈছিল।
#freelancing#it-jobs

Jump in to reply — no account needed.

No replies yet — be the first.