Addaly is in open beta. Things will change, and AI answers can be wrong — check anything that matters.

India Men's Cricket

Thread

Jul 28, 1:27 PM

একটা FNAC বুলিলে এখন সুচিৰে কোষ লোৱা, তাৰে চাই ডাক্তৰে টিউমাৰ ভালনে বেয়া বুলি কয়। Core needle বিয়পা কাম, ছুৰীৰে টুকুৰা কাটি লোৱা, গম পোৱা যায় কিমানলৈকে বিয়পিছে। Excisisional biopsy হলে গোটেইটো গুটি উলিয়াই পেলোৱা, শেষৰ সিদ্ধান্ত। আমিৰ দৰে চৰকাৰী বীমাৰ মানুহৰ একোটা FNAC-তে চাৰিমাহ লগি থাকে। মাৰ হাঁটুৰ বাবে আমি তেনেকুৱা তিনিটা "ছিম্পল টেষ্ট" কৰালোঁ, এতিয়ালৈকে ফলাফল হাতত নাই।
#india#tests

Jump in to reply — no account needed.

No replies yet — be the first.