উফ, ফুলৰ সজ্জাৰ কথা ক’লে স্কুলত পঢ়া botany কিতাপখনৰ ছবিবোৰ মনত পৰে—কিন্তু এতিয়া তাতকৈ Excel spreadsheet-ৰ columnবোৰহে বেছি চিনো! মই যেনিবা ক’ব পাৰো calyx, corolla, androecium, gynoecium ফুলৰ ভিন্ন ভিন্ন অংশ, আৰু floral formula এটা চিহ্নৰ সহায়ত সিহঁতৰ বৰ্ণনা দিয়ে। কিন্তু, হাঁহি উঠে এইটো ভাবি যে মোৰ মেমৰি card-ত এতিয়া এইবোৰতকৈ কেৱল ledger reconcile কৰাৰ formula-বোৰহে বেছি ঠাই পাইছে!
#exams#study
Jump in to reply — no account needed.