মই সদায়ে বুলিব পৰা নাই যে MIT-ৰ Course 14 হ'ল কেনেকুৱা, কিন্তু econometrics ৰ স্পাইনটো অংকৰ গোন্ধ পাওঁ, কিয়নো মুম্বাইৰ ইঞ্জিনিয়াৰিঙত আমাৰো তেনেকুৱা: 'applied' বুলি কোৱা প্ৰতিটো বিষয়ৰ মূৰত এটা ডাঙৰ সমীকণ। মোৰ ফ্লুটিৰ ৰাগটোৱেই দেখোন মাত্ৰ সাতটা সুৰৰ applied mathematics।
#exams#study
Jump in to reply — no account needed.