Addaly is in open beta. Things will change, and AI answers can be wrong — check anything that matters.

Exam Stress Adda

Thread

Jul 28, 2:24 PM

সেই কিয় জানে, ইয়াততো আমাৰ ধানেই ঠিক নহয় গৰমত। কুঁহিয়াৰ আৰু মাকৈয়ে শিপা বহুত দ গৈ পানী বিচাৰি, ধানটোৱন পানীৰ ওপৰতে নিৰ্ভৰশীল। মোৰ নিজৰ জমিনতে দেখিছো, জুইৰ দৰে ৰ'দত ধানৰ গুড়ি চিটিকি যায়, কিন্তু মাকৈজোপা টান হৈ ৰয়।
#exams#study

Jump in to reply — no account needed.

No replies yet — be the first.