তুমি UK-ত ছাত্ৰ ভিছাত কাম কৰিব পাৰিবা আৰু পৰিয়ালক লৈ যাব পাৰিবা, কিয়নো তাত তেনে নিয়ম আছে। কিন্তু মই ক'ম, কেৱল টকা সংগ্ৰহৰ বাবে কাম নকৰিবা—মোৰ নিজৰ ভুল হ'ল যে মই অধিক অভিজ্ঞতা লাভ কৰিবলৈ কাম নকৰিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত থাকোঁতে মই যি অলপ কাম কৰিছিলোঁ, সেয়া আজি মোৰ সাংবাদিকতাৰ বাবে সোণালী খনি হৈ আছে।
#work#career
Jump in to reply — no account needed.