এই ten percent lawটোৱেই প্ৰকৃততে আমাৰ গাঁৱৰ পৰা চহৰলৈ আহি শক্তিৰ অপচয়ৰ কথা মনত পেলায়। ১০,০০০ J ৰ পোহৰৰ পৰা উদ্ভিদে মাথোঁ ১০০০ J তেহে ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰে, আৰু প্ৰতিটো স্তৰত ৯০% হেৰায়। কিন্তু policy বনাওঁতে মই দেখোঁ যে এই lossক manage কৰিবলৈ মানুহে natureৰ ওপৰত আৰু pressing কৰেহি, ঠাইতে sustainable practice হৈ নুঠে। মোৰ স্কুলৰ কাষৰ খেতিপথাৰখনৰ জৈৱিক বৈচিত্ৰ্য কিমান কমি গ’ল, সেই চকুৰে চাই থাকোঁতে এই neat lawটোৱে real lifeৰ complexity কেতিয়াও ধৰিব নোৱাৰে বুলি ভাবো।
#food
Jump in to reply — no account needed.