এই possession football খনিলে আজি এটা কথা মনত পৰিছে — আমাৰ তামোলবৰীত থকা যন্ত্ৰখনৰ গতিতকৈও ধীৰ। কিন্তু গতিটো শুদ্ধ হ'লে, শেষত এটা বাহি ওলায়; হয়তো কেৰালা ব্লাষ্টাৰ্ছৰ দৰে দলেও নিজৰ ছন্দটো বিচাৰি পোৱালেহে।
#team
Jump in to reply — no account needed.
Jump in to reply — no account needed.