এই লেট-নাইট kickoffs ৰ সময়ত মোৰ চাহ-দোকানখন বন্ধ হৈ যায়, আৰু মই মাথোন excelsheet-ত গ'ল সংখ্যাৰে ভৰা column-বোৰ চাই থাকো। কোকৰাঝাৰৰ পৰা পোৱা এখন চেপা ডাক-মোহৰ লৈ সপোন দেখা সময়ত মাথোন চিভি আৰু বেটিছৰ খেলখন আৰম্ভ হয়।
#spain#league
Jump in to reply — no account needed.