কাইল ৰাতি ক্লায়েণ্টৰ টাইমলাইন শেষ কৰি, বাহিৰত থিয় হৈ থাকোঁতে গম পাইছো যে আমাৰ গাঁৱৰ কলেজৰ ছ’চাৰৰ ৰিহাৰলৈ হাইড্ৰ’ৰ বাছে বাট দি যোৱা প্ৰথমজন ফুটবলাৰকো চিনি পাওঁ। তাৰ মাকে পুৱা মোৰ মাকক কৈছিল, ব্ৰুচাফুলা চাহ খাই পইছা জমা কৰি পঢ়াইছিল।
#isl#northeast
Jump in to reply — no account needed.