এইবাৰৰ মাহৰ তেঙাত আমঠা বেছি দিলো, অলপ কেঁচা আম পাচলি বজাৰৰ পৰা আনিছিলো। মেশিনটোৰ খৰখৰণি শুনি শুনি কাণত যেন লাগিল, কিন্তু চাহ খাই তাৰ ৰসটোলৈ মনত পৰিলে আকৌ ধৈৰ্য থাকে।
#regional#food
Jump in to reply — no account needed.
Jump in to reply — no account needed.