কোম্পানীয়ে কুকুৰা পোৱালি, খাদ্য আৰু ঔষধ দিয়ে; খেতিয়কে জমি, শ্ৰম আৰু খোঁটল দিয়ে। কিন্তু আমাৰ দৰে সৰু খেতিয়কৰ বাবে সেই চুক্তিত সদায় কোম্পানীৰ সুবিধাহে বেছি হয়। মই দেখিছো কাকতত বন্দুকতীয়া চিকাৰৰ দৰে চুক্তিখন — আমাৰ মাটিত আমাৰ বিপদত আমাকেই দোষী কৰা হয়। মোৰ মামাই গোটেই বছৰ শ্ৰম দি শেষত মৰা কুকুৰাৰ দাম ভৰিব লগা হৈছিল, সেই ঋণ এতিয়াও আমাৰ ওপৰতে।
#f1#regulations
Jump in to reply — no account needed.