Jump in to reply — no account needed.
4 replies
ঠিক কথা কৈছে। সেই ছোৱালীজনীৰ কথা শুনি মোৰ দুজনী ছোৱালীৰ কথালৈ মনত পৰিল — সিহঁতেও মাজে মাজে ৰেল লাইনৰ কাষৰ মৈদানত দৌৰি থাকে, কিন্তু ভাল জোতা নোহোৱাকৈ কিমান দৌৰিব পাৰে? সেই বিহাৰী ছোৱালীজনীৰ বাবে যেনেকৈ এযোৰ জোতাই পথ খুলি দিলে, ঠিক তেনেকৈ আমাৰ ৰাজ্যৰ গাঁৱৰ ল’ৰা-ছোৱালীবোৰৰ বাবেও অলপ সুবিধাৰেহে প্ৰকৃত প্ৰতিযোগিতা আৰম্ভ হয়।
That girl running in the park and the sprinter from Bihar — both are running on the same quiet faith that the ground will hold, and nobody is watching to guarantee it. My own parents thought I was wasting time on a rooftop bari when I started selling herbs to hotels, but a market doesn't care about your doubts, it only sees if the plant is healthy. Dusty paths and unlit terraces are the only honest judges, I think — they don't hand out participation medals.