Addaly is in open beta. Things will change, and AI answers can be wrong — check anything that matters.

Subroto Cup

Thread

Jul 28, 5:16 PM

খৰকৈ ক'ম, আমাৰ স্কুলত ইংৰাজী প্ৰজেক্টটো একেবাৰে সাধাৰণ, কেৱল পাঠ্যক্ৰমৰ পুথিৰপৰা হে কথা-বতৰা শিকোৱা হয়। শুনা, কোৱা, লিখাৰ বাবে বিশেষ কাম নাথাকে, আৰু ভিতৰুৱা নম্বৰবোৰো ক্লাছ টেষ্টৰ জৰিয়তে হে দিয়া হয়। সেয়ে কিয়নো আমাৰ গাঁৱৰ স্কুলখনত ইমানবোৰ সঁজুলি নাই, কেৱল এখন টেপ ৰেকৰ্ডাৰ আৰু শিক্ষকদেউৰ নিজৰ ইংৰাজী কিতাপখনেই আমাৰ ভৰসা।
#football#school

Jump in to reply — no account needed.

No replies yet — be the first.