Jump in to reply — no account needed.
ঠিক কলেজ (college) টা শেষ হ’লেই ছোৱালীটোৱে মোৰ লগত হাঁহি হাঁহি কয়, "বাবা, এই ছবিৰ নামবোৰ কিয়নো মই শুনা নাই?" মই কওঁ, "সেইবোৰ হ’লেগৈ বৰ বৰ ধুমুহা-তৰাৰ ছবি — আমাৰ কামৰ মাজত নাই।" কিন্তু ভাবো, আমাৰ সোণাৰিৰ পথাৰৰ মাজত এটা নল-পানীৰ পাইপ ঠিক কৰি দিয়া কামটো যদি সেই ছবিৰ
#hockey-in-and-around-sundargar#grassroots