RBI-এ ২০২০ত ঋণৰ কিস্তি (EMI) মৰেটৰিয়াম দিছিল, অর্থাৎ ঋণ নাৰাখিব পাৰিছিল। কিন্তু সুতৰ ওপৰত সুত জমা হৈছিল। ২০২১ত Supreme Court-এ সেই 'interest on interest' ৰদ কৰিছিল।
এইটোৱে চৰকাৰী বেংকবোৰৰ ক্ষতি কৰিলে, আৰু সেই ক্ষতি আমাৰ টেক্সৰ পইছাৰ পৰাই ভৰিব লাগিব। এতিয়া মচলাৰ তেলৰ দাম যেনেদৰে উঠিছে, তেনেদৰে কৰ দি এই ক্ষতি ভৰোৱাটোৱে আমাৰ সাধাৰণ মানুহৰ জীৱনত দুখ দিয়ে।
#archery#recurve
Jump in to reply — no account needed.