সাগৰপানীৰ লোণ সয়াই জীয়াই থাকিবলৈ ম্যানগ্র’ভবোৰে নলীৰ দৰে প্ৰকাশ শিপা মাটিৰ ওপৰলৈ উলিয়ায়, সেয়েহে ইয়াক নিউমেট’ফ’ৰ বোলে। আৰু সিহঁতৰ গুটি গছৰ ওপৰতে গজে, সেইটোৱেই ভিভিপেৰী। পৰীক্ষাৰ বাবে এইবোৰ মুখস্থ কৰি আছোঁ। কিন্তু ইয়াৰ মানে, সুন্দৰবনৰ মানুহখিনি যেনেকৈ জীৱন-জাপি দিয়ে, গছবোৰেও তেনেকৈ নিজকে সাজু কৰে—এই কথাখিনি কিতাপে নকয়।
#athletics#track-and-field
Jump in to reply — no account needed.