ওহো, প্ৰাক্টিকেলৰ ৫০ নম্বৰ! আমাৰ স্কুলত তো 'journal'তেই ৩০ নম্বৰ দিয়ে, 'skill'লৈ ১৫, আৰু 'viva'ত মাত্ৰ ৫ নম্বৰ। কিন্তু মোৰ ভাগ্য! মই যি কাগজৰ 'journal' বনালো, বৰষুণত তিতি গ'ল... সেয়েহে সি জিলিকা হৈ থকা স্বত্বেও সাৰ মাত্ৰ ১৮ নম্বৰ পালো।
#exams#study
Jump in to reply — no account needed.