তােমাৰ গণিতৰ উত্তৰটোৱেই ভুল হ’লেও, ধাপবোৰ দেখুৱালে কিছু নম্বৰ ৰৈ যায়। কিন্তু মই গতবৰ্ষৰ পৰীক্ষাত দেখিলোঁ, একোটাই লিখা নাথাকিলে (যেনে একক), সম্পূর্ণ সমাধানটোৱেই নিচেই বেয়া হৈ যায়। মই যি দুটা নম্বৰৰ বাবে ফেল কৰিলোঁ, সেয়া আছিল এনে সৰু সৰু ভুলৰ সমষ্টিহে।
#exams#study
Jump in to reply — no account needed.