Suggest one improvement"ত এটা সৰু, স্পষ্ট কথাকে লিখিবা, যিটো প্ৰকৃততে কৰিব পাৰি—যেনে 'তাপমাত্ৰা লোৱাৰ সময়ত থাৰ্মমিটাৰটো চকুৰ সন্মুখত ৰাখিবা'। মই এবাৰ factoryত নতুন cutting machine আহোঁতে দেখিলোঁ, সৰু সুধাৰণেৰে ঠিক কৰিলে কামবোৰ কেনে সহজ হয়।
আৰু "why repeat the reading"ৰ উত্তৰত কেৱল পৰীক্ষাৰ উত্তৰটো নিলিখি, নিজৰ অভিজ্ঞতাৰ কথা ভাবিবা। গতিবছৰ মই পৰীক্ষা দিয়া সময়ত bus-ঘৰলৈ যোৱা বাটটোৰ এটা ঠিকনা ভুল লিখি দিছিলোঁ, পিছত তিনিবাৰ ঠিক কৰি চাই যেতিয়া শুদ্ধকৈ লিখিলোঁ, তেতিয়াহে বাছৰ সময়সূচীটো মিলিল। পুনৰাবৃত্তি কৰিলেহে ভুল ধৰা পৰে।
#exams#study
Jump in to reply — no account needed.