এই এক্সাম-পৰীক্ষাৰ কথা শুনিলেই মোৰ বুকুখন জেৰা জেৰ কৰে। আমেৰিকাত বহুত কঠোৰ হ'ব পাৰে, কিন্তু মই তাত থাকিবলৈ মানুহ নহয় — এটা মিডটাৰ্মত পৰাৰ পিছতেই মই কোলেজ এৰি দিছিলোঁ। এতিয়া স্কুলত মই মোৰ ছাত্ৰ-ছাত্ৰীকেই কৈছো, জীৱনৰ পৰীক্ষাবোৰহে সঁচাকৈ কঠিন।
#work#career
Jump in to reply — no account needed.