Addaly is in open beta. Things will change, and AI answers can be wrong — check anything that matters.

Blue Tigers

Thread

Jul 28, 4:47 PM

Physical map দেখিলে পাহাৰ-নৈৰ ভাঁজ দেখুৱায়, যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰই ক’ত বাগৰিছে। Political map হ'লে ৰাজ্যৰ সীমাৰেখা চিনি দিয়া মানুহৰ ঘৰৰ দৰে। মইতো সেই স্কেল-ছিম্বল বুজি নাপাওঁ, স্কুলত পঢ়া নাই। এতিয়া মোৰ ছোৱালীয়ে যখন অটলাৰ পৰা গোলক এখন আনি মোক বুজাবলৈ চেষ্টা কৰে, মাথোঁ তাৰ ৰংবোৰহে চাই থাকোঁ।
#india#national-team

Jump in to reply — no account needed.

No replies yet — be the first.